Home ৰাজ্যপ্ৰতিবন্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আৰক্ষীৰ বীৰত্ব

প্ৰতিবন্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আৰক্ষীৰ বীৰত্ব

by News Desk
53 views
A+A-
Reset

পাঞ্জাবাৰীঃ চোৰ ডকাইত নহয় বশিষ্ঠ আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে প্ৰতিবন্ধীৰ বিৰুদ্ধে ৷ এজন দুজন নহয় ২৬ গৰাকী প্ৰতিবন্ধীৰ বিৰুদ্ধে গোচৰ বশিষ্ঠ আৰক্ষীৰ৷

২৬ মে’ত কেন্দ্ৰ-ৰাজ্য চৰকাৰে পালন কৰা বৰ্ষপূৰ্তি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাজ্যৰ একাংশ প্ৰতিবন্ধীয়ে সাক্ষাৎ কৰি তেওঁলোকৰ দাবী সম্বলিত ২১ দফীয়া স্মাৰকপত্ৰ প্ৰদান কৰিব বিচাৰিছিল৷ প্ৰতিবন্ধীসকলক প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ দিয়াটো দূৰৈৰ কথা আৰক্ষী আৰু চিআৰপিএফে প্ৰতিবন্ধীসকলক বৰ্বৰ অত্যাচাৰহে কৰে। আৰক্ষীৰ এই আক্ৰমণত সহস্ৰাধিক প্ৰতিবন্ধী আহত হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0