74
ডিজিটেল ডেস্কঃ ফ্ৰেন্স অপেনৰ কোৱাৰ্টাৰ ফাইনেললৈ অগ্ৰসৰ হৈছে ৯ বাৰকৈ ফ্ৰেন্স অপেন খিতাপ দখল কৰা ৰাফেল নাডাল। ৬-১, ৬-২, ৬-২ ছেটেৰে ৰলাণ্ড গাৰোচত দেওবাৰে অনুষ্ঠিত মেচত প্ৰতিদ্বন্দী ৰবাৰ্টো বেটিষ্টা আগুটক সহজেই পৰাস্ত কৰে।
একেদৰে কেৰ’লিন ৱ’জনিয়াকিয়ে ফ্ৰেন্স অপেনৰ মহিলাৰ ছিংগলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত ৰাছিয়াৰ চেটলানা কুজনেটছ’ভাক ৬-১, ৪,৬, ৬-২ ছেটত হৰুৱাই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।