53
কামপুৰঃ অসম বিজ্ঞান সমিতিৰ কামপুৰ শাখাৰ উদ্যোগত আৰু কামপুৰ কামেশ্বৰ বৰঠাকুৰ মজলীয়া বিদ্যালয়ৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে বিশ্ব পৰিবেশ দিৱস উদযাপন।
এই উদযাপনৰ লগতে অন্ধিবিশ্বাসৰ বিৰুদ্ধে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ বাবে এখন বাটৰ নাটো উপস্থাপন কৰা হয়।