53
অভয়াপুৰীঃ অভয়াপুৰীৰ কুশবাৰীত লাইট আছে এবছৰে পোহৰ হে নাই৷ বিদ্যুতৰ পোহৰ পাম বুলি ৰৈ থাকোতেই এবছৰ গল কুশবাৰীৰ গঞাৰ৷ জকাইচুকত বিদ্যুতৰ আহ-যাহ বছৰ বছৰ ধৰি ট্রান্সফর্মাৰ বিকল হৈ পৰি থকাটো যেন সাধাৰণহে কথা৷
যদি কোনো প্ৰভাৱশালী লোক, নেতা-আমোলাৰ এলেকাত বিদ্যুতৰ আহ-যাহ হয় নতুবা ট্রান্সফর্মাৰ বিকল হয় তেতিয়া নিশাৰ ভিতৰতে সকলো ঠিক হৈ যায়৷