Home অন্যান্য খবৰৰঙিয়াত হেপাহৰ ঘৰ

ৰঙিয়াত হেপাহৰ ঘৰ

by News Desk
51 views
A+A-
Reset

ৰঙিয়াঃ দৰিদ্ৰ, মজদুৰ, শ্ৰমিকে চৰকাৰৰ হেপাহৰ ঘৰটো কেনেকৈ পাব৷ চহৰত বাস কৰা দৰিদ্ৰ সীমা ৰেখাৰ তলৰ দৰিদ্ৰ, মজদুৰ, শ্ৰমিকসকলে প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহ কেনেদৰে পাব তাকে লৈ আজি ৰঙিয়া পৌৰসভাই জন সচেতনতাৰ বাবে এক বিশেষ কাৰ্যসূচী হাতত লয়৷

‘হেপাহৰ ঘৰ’ নামৰ বাটৰ নাট প্ৰদৰ্শন কৰি ৰঙিয়া পৌৰসভাই আজি জনসাধাৰণক চৰকাৰী আঁচনিৰ বিষয়ে জনোৱাৰ চেষ্টা চলায়৷ প্ৰধান মন্ত্ৰী আৱাস যোজনা সন্দৰ্ভত প্ৰচাৰ কৰিবলৈ ৰঙিয়া পৌৰসভাৰ নাটখন পৰিচালনা কৰে নাট্যকাৰ পংকজ পল্লৱ শৰ্মাই।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0