Home অন্যান্য খবৰঅসমৰ শক্তিমান আৰ পি শৰ্মা, একেদিনাই ৮ খন ঠাই পৰিদৰ্শন

অসমৰ শক্তিমান আৰ পি শৰ্মা, একেদিনাই ৮ খন ঠাই পৰিদৰ্শন

by News Desk
51 views
A+A-
Reset

বালিপৰাঃ তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ আৰ. পি. শৰ্মাই আজি চাৰিদুৱাৰ অঞ্চলৰ ৮ খন ঠাই পৰিভ্ৰমণ কৰি ৰাইজৰ আগত চমক সৃষ্টি কৰে। প্ৰথমে সাংসদ গৰাকীয়ে চাৰিদুৱাৰ দলংবস্তিত সাংসদ পুঁজিৰে নিৰ্মাণ কৰা সামুহিক ভৱনটিৰ শুভাৰম্ভ কৰাৰ পাছত অসম অৰুণাচল সীমান্তৱৰ্তী ভালুকপুঙত সাংসদ পুঁজিৰে নিৰ্মিত গোৰ্খা ভৱনৰ চাৰিসীমাৰ বেৰৰ শুভাৰম্ভ কৰাৰ লগতে ৰঙাগড়া গণেশপুৰৰ পথ এটিৰো শুভাৰম্ভ কৰে।

তাৰ লগতে ভালুকপুঙৰ ঠাইগিৰবাৰিত অনুষ্ঠিত এক সভাত অংশগ্ৰহণ কৰি গাঁওখনৰ বিভিন্ন সমস্যাৰ সম্পৰ্কে বুজ লৈ গাঁওখনত অনতিপলমে এখন দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে। সাংসদ গৰাকীয়ে চেঙেলীমাৰী বাথৌ মন্দিৰ মেৰামতিৰ বাবে ৩ লাখ টকা আৰু বনদুৱাৰ কেন্দ্ৰীয় নামঘৰ নিৰ্মাণৰ বাবে ২ লাখ টকা অনুদান দিয়াৰ কথা আনুষ্ঠানিক ভাৱে ঘোষণা কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0