62
ডিজিটেল ডেস্কঃ কথমপি প্ৰাণ ৰক্ষা পৰিল ডংগল কন্যা জায়ৰা ৱাছীমৰ৷ শুকুৰবাৰে নিশা শ্ৰীনগৰত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হোৱা অভিনেত্ৰীগৰাকীৰ কোনোমতেহে প্ৰাণ ৰক্ষা পৰে৷
দুৰ্ঘটনাটোত অভিনেত্ৰীগৰাকীৰ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই ডাল হ্ৰদত সোমাই পৰে৷ ফলত অভিনেত্ৰীগৰাকীৰ লগত থকা বন্ধুজন সামান্য পৰিমাণে আহত হয়৷