67
মৰিয়নীঃ সোমবাৰে পুৱা ৫-৩০ বজাত ঘৰৰ পৰা ফুৰিবলৈ ওলাই গৈ ৰাতি ন বজালৈকে ঘূৰি অহা নাই ডা. গিৰিশ বৰগোহাঁই। চিকিৎসকজন যাব পৰা সকলো ঠাইতে পৰিয়ালে খবৰ লৈছে যদিও একো সন্ধান পোৱা নাই।
কিছু পৰিমাণে কথা পাহৰাৰ অভ্যাস থকা অৱসৰপ্ৰাপ্ত চিকিৎসকজনক কোনোবাই ক’ৰবাত দেখা পালে তেওঁৰ পুত্ৰৰ নম্বৰ 9819588994 ত বা থানাত খবৰ দিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।