95
ডিজিটেল ডেস্কঃ লালকিল্লাক নিজৰ সম্পত্তি বুলি বিদেশত বাহ বাহ ল’লে পাকিস্তানে। বেইজিঙৰ এক অনুষ্ঠানত লালকিল্লাক পাকিস্তানৰ বুলি প্ৰদৰ্শন কৰিলে চুবুৰীয়া দেশখনে৷
ভাৰত, চীন, ৰাছিয়া, কাজাকাস্থান, উজবেকিস্থান, কিৰগিস্থান আৰু তাজাকিস্থানৰ প্ৰতিনিধিৰ সমুখত এনেদৰে গোকাট মিছা মাতিলে পাকিস্তানে।