70
বালিপৰাঃ অসম মূলুকক ছুইজাৰলেণ্ডলৈ পৰিৱৰ্তন কৰিবলৈ ওলোৱা শক্তিমন্ত্ৰী পল্লব লোচন দাসৰ গৃহ সমষ্টিত স্থানীয় অাছু অাৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে পথ অৱৰোধ কৰে।
ৰঙাপৰা টাউনত সংগঠনদুটাৰ বহু নেতা-কৰ্মীয়ে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰঙাপৰা অঞ্চলৰ বিধ্বস্ত বাট-পথৰ উন্নয়ন, ৰঙাপৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰক ৩০ খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়লৈ উন্নীত কৰাৰ দাবী জনায়৷