89
গোগামুখঃ ধেমাজি জিলাৰ দিব্যাঙ্গ সকল একত্ৰিত হ’ব। স্বেচ্ছাসেৱী অনুষ্ঠান ক’লাজৰে দিব্যাঙ্গ সকলক একত্ৰিত কৰিব অহা ২০ জূনত।
প্ৰথম বাৰৰ বাবে জিলা খনত অৱহেলিত হৈ থকা শিল্পী সকলৰ বাবে সাংস্কৃতিক মঞ্চ তৈয়াৰ কৰি প্ৰতিভা বিকাশৰ সুবিধা প্ৰদান কৰিব স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে৷