87
মাৰ্ঘেৰিটাঃ সেনাৰ গুলীত নিৰীহৰ মৃত্যু হোৱাত উত্তেজনাই বিৰাজ কৰিছে অসম-অৰুণাচল সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত৷
অসম-অৰুণাচল সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ গাতে লাগি থকা অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামটকৰ কাংছা বস্তিৰ থিংতু নিমু (৪০) নামৰ লোকজনৰ ১৪নং আসাম ৰাইফলচৰ গুলীত ইতিমধ্যে মৃত্যু হৈছে৷