75
লালুকঃ লখিমপুৰৰ বঙালমৰাত আজি চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হয় ৷ লখিমপুৰৰ বঙালমৰাত কৰিমগঞ্জৰ দুই ব্যৱসায়ীৰ পৰা বলপূ্ৰ্বক ২.৪ লাখ টকা দুৰ্বৃত্তই কাঢ়ি নিয়াত চাঞ্চল্যৰ সৃষ্টি হৈছে৷
জানিব পোৱা মতে কৰিমগঞ্জৰ জিলাৰ ভাংগাতৰ দুজন লোকক এজন প্ৰৱঞ্চকে বঙালমৰাৰ ফতেহপুৰলৈ মাতি আনিছিল।