Home ৰাজ্যপুৰণিগুদামত ৰাভা দিৱসৰ আয়োজন

পুৰণিগুদামত ৰাভা দিৱসৰ আয়োজন

by News Desk
66 views
A+A-
Reset

চামগুৰিঃ অসম নাট্য সন্মিলন পুৰণিগুদাম শাখাৰ উদ্যোগত আৰু মণিকূট কৃষ্টি বিকাশ কেন্দ্ৰৰ সহযোগত অহা ২০-২১ জুনত দুদিনীয়া বণাৰ্ঢ্য কাৰ্যসূচীৰে বিষ্ণুপ্ৰসাদ ৰাভাৰ দিৱসৰ আয়োজন কৰা হৈছে৷ পুৰণিগুদাম পাৰঘাট সামূহিক ভৱনত অনুষ্ঠিত হ’ব লগীয়া ৰাভা দিৱসৰ কাৰ্যসূচী অনুসৰি ২০ জুনৰ পুৱা পৰিৱেশ নিকাকৰণ, পতাকা উত্তোলন, স্মৃতি তৰ্পন, বৃক্ষৰোপন আদি অনুষ্ঠানৰ লগতে দুপৰীয়া এক বজাত মুকলি সভা অনুষ্ঠিত হব৷

পুৰণিগুদাম ড০ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ভূপেন শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত বিশিষ্ঠ অতিথি হিচাপে ৰাজ্যৰ বিঞ্জান-প্ৰযুক্তিবিদ্যা তথা জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ উপাধ্যক্ষ জিতু গোস্বামী, সাহিত্যিক দিলীপ চন্দ্ৰ বৰা আৰু বিজেপি কলিয়াবৰ জিলা সমিতিৰ সভাপতি অনিল শইকীয়া উপষ্ঠিত থাকিব৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0