86
ডিজিটেল ডেস্কঃ লক্ষাধিক লোকক মানৱ ঢাল হিচাবে ব্যৱহাৰ কৰিবৰ বাবে সাজু হৈছে আইছিছে৷ শুকুৰবাৰে ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰিছে এই ভয়ংকৰ তথ্য৷
কেৱল ঢাল হিচাবে ব্যৱহাৰ কৰিবলৈ উগ্ৰপন্থী সংগঠনটোৱে ইৰাকৰ মছুল চহৰত বন্দী কৰি ৰাখিছে লক্ষাধিক লোকক৷ ইৰাকত ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সংস্থাৰ প্ৰতিনিধি ব্ৰুণো গেড্ডোৱে এই কথা প্ৰকাশ কৰিছে৷