81
ডিজিটেল ডেস্কঃ অবোধ শিশুৰ শৰীৰৰ চাৰিওদিশে থাকে অদৃশ্য বৰ্ম। ঈশ্বৰেই সকলো সময়তে সুৰক্ষা দিয়ে নিষ্পাপ কণমানিক।
পাপ-পংকিলতাৰে ভৰা পৃথিৱীৰ কথা নুবুজা প্ৰতিটো দেৱশিশুকেই ৰক্ষা কৰে ভগৱানে। কোনোদিনা হয়তো ঈশ্বৰৰ ৰূপ লৈ দেৱশিশুৰ প্ৰাণৰক্ষা কৰে দেৱদূতে।