62
মোৰাঝাৰঃ ৰন্ধন গেছ যোগানত সংঘটিত হোৱা দুৰ্নীতি ৰোধ কৰিবলৈ নৰেন্দ্ৰ মোদী চৰকাৰে শাসনভাৰ লৈয়ে গ্ৰহণ কৰিছিল একাধিক নতুন পদক্ষেপ। এনে পদক্ষেপকো বুঢ়া আঙুলি দেখুৱাই হোজাই জিলাৰ ডবকা গেছ এজেন্সিত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।
অভিযোগ মতে বৰবালি গাঁৱৰ বাসিন্দা তথা ডবকা গেছ এজেন্সীৰ গ্ৰাহক নং ৭৬৬৫৫২৬৪ৰ ইয়াহিয়া আহমেদে দীৰ্ঘদিন ধৰি ছাবছিডিৰ ধনৰ পৰা বঞ্চিত হৈ আহিছে।