57
কামপুৰঃ ৰাজ্যত বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত। কিন্তু বন বিভাগৰ নিৰ্লিপ্ততাৰ বাবে এতিয়া বিনিদ্ৰ ৰজনী কটাবলগা হৈছে জনসাধাৰণে।
কেইবাদিন ধৰি নগাঁৱৰ কঠিয়াতলী বিভিন্ন অঞ্চলত বন্যহস্তীৰ জাকে জনাৰণ্যলৈ আহি বহু বাসগৃহ ভাঙি চুৰমাৰ কৰাৰ পাছত নিশা কঠিয়াতলীৰ শগুণবাহীত পুনৰ বনৰীয়া হাতীৰ আগমণ ঘটে।