59
মঙলদৈঃ বৃহস্পতিবাৰে দিনৰ তিনি বজাত চোৰাং চিকাৰীয়ে হত্যা কৰিছিল এটি গঁড়। বন বিভাগৰ কৰ্মচাৰীৰ অমনোযোগীতাকেই ইয়াৰ কাৰণ বুলি অভিহিত কৰি নিশাই ঘটনাস্থলীত উপস্থিত হোৱা বনমন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম কয় যে এয়া অত্যন্ত দুখজনক। ‘
আমি অসহায়, আচলতে কাজিৰঙাক বেছি গুৰুত্ব দিয়াৰ বাবেই এই ঘটনা ওৰাঙত সংঘটিত হ’বলৈ পালে বুলি অনুতাপ কৰে মন্ত্ৰীগৰাকীয়ে।