71
ৰঙিয়াঃ ৰঙিয়াত ৰেল আৰক্ষীৰ জালত মঞ্জিলা বেগম নামৰ চিলনী গেংৰ দূৰ্ধৰ্ষ সদস্য। মানস ৰাইনো যাত্ৰীৰ পৰা ৰেল কৰ্মচাৰীৰ বেগ থপিয়াই দৌৰিছিল বৰপেটাৰ মঞ্জিলাই।
ইয়াৰ পূৰ্বেও আৰক্ষীয়ে আটক কৰিছিল চিলনী মঞ্জিলাক। জানিব পৰামতে চিলনী গ্ৰুপৰ বৃহৎ গেং এটাই দুৰ-দুৰণিৰ পৰা অহা ৰেল যাত্ৰী সকলক লক্ষ্য কৰি এনেদৰে যাত্ৰীৰ সামগ্ৰী সমূহ থপিয়াই লৈ ৰেলৰ পৰা নামি যায়।