59
বাঘবৰঃ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ আমোল পৰিৱৰ্তন হোৱা বুলি পৰিৱৰ্তনকামী চৰকাৰৰ বহু চৰ্চিত তথা দক্ষ মন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাই দাবী কৰি অহাৰ সময়তে বাঘবৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো বিগত দুদিন ধৰি বন্ধ হৈ থকাত হতবাক হৈ পৰিছে স্থানীয় ৰাইজ।
জানিব পৰা মতে, বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ চৰাঞ্চলৰ ৰাইজৰ একমাত্ৰ স্বাস্থ্য সেৱা আগবঢ়োৱা বাঘবৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো বিগত দুদিন ধৰি বন্ধ হৈ আছে।