56
বোকাজানঃ একেখন ঘৰৰ পৰা দুখনকৈ মটৰচাইকেল চুৰি৷ সেয়াও এলা-পেছা মটৰ চাইকেল নহয় ৷ চোৰে নিছে আভিজাত্যৰ চিন স্বৰূপ ডাঙৰ শব্দৰ মটৰচাইকেল ৰয়েল এনফিল্ড৷
বোকাজান নগৰৰ ২ নং ৱাৰ্ডৰ চন্দ্ৰপুৰৰ বাসিন্দা সঞ্জয় গুপ্তাৰ বাসগৃহৰ পৰা সোমবাৰে নিশা চোৰে দুখনকৈ ৰয়েল এনফিল্ড মটৰচাইকেল চুৰি কৰি নিয়ে৷