55
হোজাইঃ ঈদৰ দিনাই হোজাই জিলাৰ ডবকাত সংঘটিত হয় তিনিটাকৈ নাৰকীয় ধৰ্ষণ কাণ্ড৷ পৃথকে পৃথকে সংঘটিত হোৱা এই ধৰ্ষণ কাণ্ডৰ খবৰে জোকাৰণি সৃষ্টি কৰিছে অঞ্চলটোত৷
তিনিটা ঘটনাত মুঠ ছয়গৰাকী কিশোৰী ধৰ্ষণৰ বলি হয়৷ আটাইকেইগৰাকী কিশোৰীয়ে ন্যায় বিচাৰি আৰক্ষীৰ কাষ চপাত সমগ্র ঘটনা পোহৰলৈ আহে ৷