53
চামগুৰিঃ নগাঁও জিলাৰ উপায়ুক্ত ছমছেৰ সিঙে পৰিদৰ্শন কৰিলে গৰাখহনীয়াত ক্ষতিগ্ৰস্ত অঞ্চল৷ চামগুৰি সমষ্টিৰ লাওঁখোৱা মৌজাৰ অন্তৰ্গত এক নং ভূৰবন্ধা আৰু চাৰি নং ভূৰবন্ধাত প্ৰৱল গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি অঞ্চলটোলৈ ভাবুকি কঢ়িয়াই আনিছে৷
আজি গৰাখহনীয়াত ক্ষতিগ্ৰস্ত ঠাই পৰিদৰ্শন কৰি সমস্যাৰ বুজ লয় জিলা উপায়ুক্ত ছমছেৰ সিং, আৰক্ষী অধীক্ষক দেৱৰাজ উপাধ্যায়ে।