65
ছিপাঝাৰঃ নিৰ্বাচন পাৰ হ’লে গাঁৱলৈ নাহে বিধায়ক বিনন্দ শইকীয়া৷ পথত গাঁত থকা বাবেই গাঁৱলৈ নাহে ছিপাঝাৰ সমষ্টিৰ বিধায়কজন।
এই অভিযোগ ছিপাঝাৰ সমষ্টিৰ লোজোৰা পাথৰিঘাট-জলজলী গড়কাপ্তানী পথৰে আহ-যাহ কৰা প্ৰতিজন লোকৰ।