60
লালুকঃ একৈশ শতিকাতো অন্ধবিশ্বাসৰ মাজতে জীয়াই আছে বহু লোক৷ লালুকত সৰ্প দংশন মৃত্যু হোৱা এগৰাকী লোকক নৈত উটুৱাই দিয়া ঘটনাই ইয়াকে প্ৰমাণ কৰিছে।
অন্ধবিশ্বাসৰ বলি হৈ সৎকাৰৰ সলনি নৈত উটুৱাই দিয়ে খোদ পৰিয়ালে৷ লালুকৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ সমীপৰ গুবিন্দপুৰ গাঁৱৰ এগৰাকী ৭৫ বছৰীয়া বৃদ্ধৰ আজি সৰ্প দংশনৰ ফলত মৃত্যু ঘটে৷