61
শুক্লাইঃ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছাৰ আটাৰীখাট আঞ্চলিক সমিতিৰ উদ্যোগত আটাৰীখাটত ২ জুলাইত দিনজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হ’ব আছাৰ একবিংশতিতম প্ৰতিষ্ঠা দিৱস।
কাৰ্য্যসূচীত ৰাতিপুৱা ৮ বজাত আটাৰীখাট আঞ্চলিক সমিতিৰ আছাৰ পতাকা উত্তোলনৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰিব আটাৰীখাট আছাৰ সভাপতি বিজয় মাঝিয়ে।