136
ঢেকিয়াজুলিঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে শোণিতপুৰ জিলাৰো বিভিন্ন অঞ্চলত পানীযোগান আঁচনি ধোৱাচাঙত উঠিছে। জিলাখনৰ ঠেলামৰা ৰাজহ চক্ৰৰ অন্তগত ঢেকীয়াজুলি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পুনিয়নী পানী যোগান অাঁচনিখন বিগত এবছৰ ধৰি বিকল হৈ থকাত জনসাধাৰণৰ ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে৷
অঞ্চলটোৰ ৰাইজে অতি শীঘ্ৰে জনস্বাস্থ্য কাৰিকৰী বিভাগক পুনৰাই বিশুদ্ধ খোৱা পানী যোগান ধৰিবলৈ আহ্বান জনাাইছে।