Home ৰাজ্যএজাক বৰষুণতে জলমগ্ন শিৱসাগৰৰ বাট-পথ

এজাক বৰষুণতে জলমগ্ন শিৱসাগৰৰ বাট-পথ

by News Desk
92 views
A+A-
Reset

শিৱসাগৰঃ গুৱাহাটী মহানগৰীৰ দৰে এজাক বৰষুণতে জলমগ্ন হৈ পৰিছে শিৱসাগৰৰ বাট-পথসমূহ। ফলত যাতায়াতৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সন্মুখীন হ’বলগীয়াত পৰিছে সৰ্ব-সাধাৰণ।

পৌৰসভাই পানী ওলাই যোৱা নলাসমূহ খৰালি পৰিস্কাৰ নকৰা বাবেই এনেদৰে এজাক বৰষুণতে চহৰখন কৃত্ৰিম বানৰ কবলত পৰিছে বুলি অভিযোগ উত্থাপিত হৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0