47
মোৰাঝাৰঃ এখনৰ পিছত এখন বাইক চোৰ হৈছে মোৰাঝাৰত। কিন্তু বিশেষ এটা বৃত্তিজীৱি চামকহে বাচি লৈছে চোৰে। সেয়া হৈছে শিক্ষক।
হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তগত চাবাজপুৰৰ বাসিন্দা তথা নুৰ নগৰ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক গিয়াচ উদ্দিনৰ বাইক শনিবাৰে নিজ ঘৰৰ পৰা চুৰি হয়। গাড়ীৰ নম্বৰ AS-02-F-1214।