57
অভয়াপুৰীঃ বঙাইগাওঁ জিলাৰ অভয়াপুৰীৰ বাতাবাৰীত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ। বাতাবাৰীৰ ৰাইজে অভিযান চলাই জব্দ কৰে চোৰাং কাঠসহ AS 19C 0986 নম্বৰৰ ট্ৰাকখন। চোৰাং কাঠ ব্যৱসায়ীৰ লগত ৰাইজৰ সংঘাত, উত্তপ্ত পৰিস্থিতি।
বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত। ৰাইজৰ আহ্বান মৰ্মে বনবিভাগে অভিযান চলাই বাটাবাৰী এগৰাকী ব্যক্তিৰ ঘৰৰ পিছপিনে বহু পৰিমাণৰ চোৰাং ভাৱে কাটি অনা চেগুণ গছৰ কুণ্ডা জব্দ কৰে।