55
গুৱাহাটীঃ কাইলৈ সমগ্ৰ অসমতে মুক্তি পাব “দূৰণিৰ নিৰলা পঁজা”৷ পৰিচালক ধ্ৰুৱজ্যোতি বৰদলৈৰ এইখন প্ৰথম চলচিত্ৰ৷
গতানুগতিক ছবিসমূহৰ পৰা ফালৰি কাটি দৈনন্দিন জীৱনত ঘটি থকা বাস্তৱ পটভূমিত এই ছবিখন নিৰ্মাণ কৰা হৈছে।