Home ৰাজ্যসোণাই-ৰূপাই অভয়াৰণ্যৰ বাসিন্দালৈ ভূমিৰ অধিকাৰ

সোণাই-ৰূপাই অভয়াৰণ্যৰ বাসিন্দালৈ ভূমিৰ অধিকাৰ

by News Desk
128 views
A+A-
Reset

ঢেকীয়াজুলিঃ কৃষক নেতা অখিল গগৈয়ে দীৰ্ঘদিন ধৰি ৰাজ্যখনৰ পাহাৰ-ভৈয়ামত বসবাস কৰি অহা লোকসকলক মাটিৰ পট্টা দিয়াৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে যদিও পূৰ্বৰ কংগ্ৰেছ চৰকাৰে কোনোধৰণৰ গুৰুত্ব প্ৰদান কৰা দেখা নগ’ল। গুৱাহাটীত মাটিৰ পট্টা প্ৰদানৰ দাবীত প্ৰতিবাদ কৰি আত্মজাহো দিছিল প্ৰণৱ বড়ো নামৰ এজন লোকে৷

ইয়াৰ মাজতে আজি  জৈৱ বৈচিত্ৰ্যৰ ভৰাল স্বৰূপ শোণিতপুৰৰ ঢেকীয়াজুলি-মিছামাৰীৰ উত্তৰ পশ্চিমে অৱস্থিত সোনাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত ১৯৯৬ৰ পৰা বসবাস কৰি থকা বড়ো আৰু আদিবাসী সম্প্ৰদায়ৰ লোকসকলক ভূমিৰ অধিকাৰ দিয়াৰ লগতে চৰকাৰী সা-সুবিধা প্ৰদানৰ কথা ঘোষণা কৰে খোদ বন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0