58
লংকাঃ এজাক বৰষুণ দিলেই এতিয়া বিলাই বিপত্তি নোহোৱা হৈ পৰে লংকাৰ সাধাৰণ জনতাৰ। কিয়নো লংকা পৌৰসভাৰ অন্তৰ্গত প্ৰতিটো অঞ্চলত থকা পথ-উপপথসমূহ এজাক মূষলধাৰ বৰষুণতেই পানীৰে উপচি পৰে।
লংকা পৌৰসভা তথা বিধায়কৰ অমনোযোগিতাৰ বাবেই এনেদৰে অস্বাস্থ্যকৰ পৰিৱেশত থাকিব লগা হোৱা বুলি লংকাবাসী ৰাইজে অভিযোগ কৰিছে।