65
ডিজিটেল ডেস্কঃ অন্ত পৰিল আইপিএলত চেন্নাই ছুপাৰ কিংছৰ ওপৰত থকা প্ৰতিবন্ধকতা৷ এই কথাই এতিয়া হয়তো আটাইতকৈ আনন্দিত কৰি তুলিছে দলটোৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীক৷
শুকুৰবাৰে এই নিষেধাজ্ঞা আতৰ হোৱাৰ পিছতেই ইনাষ্টাগ্ৰামৰ জৰিয়তে নিজৰ আনন্দ প্ৰকাশ কৰিলে৷ ইনষ্টাগ্ৰামত হালধীয়া টি শ্বাৰ্ট ফটো পোষ্ট কৰাৰ লগতে এই নিষেধাজ্ঞা আতৰ হোৱাৰ কথাও প্ৰকাশ কৰে ধোনীয়ে৷