68
লংকাঃ হাৰিয়ানাৰ এখন চুৰি ট্ৰাক আজি লংকাত উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ৰাজ্যত বৰ্তমানেও যে আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰি চক্ৰ সক্ৰিয় হৈ আছে সেয়া স্পষ্ট কৰি তুলিছে এই ঘটনাই।
বহিঃ ৰাজ্যৰ পৰা চুৰি কৰি অনা ট্ৰাকখনৰ সৈতে দুই দুধৰ্ষ চোৰকো আজি লংকা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷