67
জাজৰিঃ বিজ্ঞানসন্মত পদ্ধতিৰে ছাগলী পালন কৰি কেনেদৰে এক লাভৱান ব্যৱসায়ী হিচাপে প্ৰতিষ্ঠা লাভ কৰিবপৰা যায়, তাৰেই এক সুপৰিকল্পিত বাট দেখুৱাইছে মৰিগাঁও জিলাৰ ইউনাইটেড গ্ৰাম্য আত্ম-সংস্থাপন প্ৰশিক্ষণ প্ৰতিষ্ঠানে।
প্ৰতিষ্ঠানটোৰ সৌজন্যত ১৫ মে’ৰ পৰা বৰচিলাত চলি থকা বিজ্ঞান সন্মত ছাগলী পালনৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি পৰে।