48
তিনিচুকীয়াঃ একবিংশ শতিকাত প্ৰযুক্তি বিদ্যাই চৰম শিখৰত আৰোহণ কৰা পাছতো অসম মুলুকৰ একাংশ গাঁৱৰ পথ যে এতিয়াও মান্ধাতা যুগৰ পথৰ দৰেই শোচনীয় তাক বহলাই কোৱাৰ নকৈ প্ৰয়োজন নাই৷
এনেকি পৰিৱৰ্তনৰ দোহাই দি ৰাজ্যৰ গাদী দখল কৰা চৰকাৰখনে যে এনে বাট-পথ সুচল কৰিব সেয়া মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত ব্ৰহ্মাজান গাওঁবাসীৰ বাবে যেন অলীক কল্পনা মাথো৷