67
কোকৰাঝাৰঃ শুকুৰবাৰে বিটিএডিৰ সদৰ কোকৰাঝাৰ চহৰৰ সমীপৰ ভোটগাঁৱত পথ মেৰামতিৰ দাবীত আক্ৰাছু আৰু এবিএমছুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ কোকৰাঝাৰ চহৰৰ পৰা মাথো ৫ কিলোমিটাৰ নিলগত পথ মেৰামতিৰ দাবীত সংগঠন দুটাই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰে।
ভোটগাঁও বজাৰ মুল পথ অৱৰোধ কাৰ্যসূচীত হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে অংশগ্ৰহন কৰি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।