51
বালিপৰাঃ বালিপৰা উন্নয়ন সমিতি, অসম সেনা, বালিপৰা শাখা ছাত্ৰ সন্থা আৰু বালিপৰা ব্যৱসায় সন্থাৰ যৌথ আহ্বানত বালিপৰা অাৰু ইয়াৰ উপকন্ঠ অঞ্চলৰ বিভিন্ন সমস্যা সমাধান আৰু পৰিৱৰ্তনৰ দাবীত আজি বালিপৰাত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰা হয়।
উক্ত অনুষ্ঠানত বালিপৰা অঞ্চলৰ শতাধিক ৰাইজে অংশগ্ৰহণ কৰে। পুৱা ১১ বজাৰ পৰা ২ বজালৈ এই কাৰ্য্যসূচী ৰূপায়ন কৰা হয়।