62
ৰঙিয়াঃ আছুৰ আহ্বানত ৰাজ পথলৈ ওলাই আহিল ৰাইজ৷ হাতে হাতে জোঁৰ লৈ অসম চুক্তি ৰূপায়ন, বিশেষ টাস্ক ফোৰ্চ গঠন, সাংবিধানিক ৰক্ষা কৱচ প্ৰাদান, সীমান্ত ছীল কৰা, ভূমি আৰু সম্পদৰ অধিকাৰ প্ৰদান আৰু ৭১ চনৰ পিছৰ হিন্দু বাংলাদেশীক সংস্থাপনৰ বিৰোধিতা কৰি শুকুৰবাৰে আছুৰ আহ্বানত ৰাজ পথলৈ ওলাই আহে ৰাইজ৷
ৰঙিয়াতো আছুৰ আহ্বানত জোঁৰ সমদল লৈ ৰাইজ ওলাই আহি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।