69
আজাৰাঃ কামৰূপ জিলাৰ ধাৰাপুৰ আঞ্চলিক ছাত্ৰ সন্থাই ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া পাঠদান কৰাৰ লগতে চিত্ৰাংকন কৰ্মশালা অনুষ্ঠিত কৰে৷
ছাত্ৰ-ছাত্ৰীৰ মাজত সুপ্ত প্ৰতিভা বিকাশৰ স্বাৰ্থত যোৱা ১ জুলাইৰ পৰা অনুষ্ঠিত হোৱা চিত্ৰাংকন কৰ্মশালাত মহানগৰীৰ বিভিন্ন স্থানৰ প্ৰায় দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।