চিকিৎসক নাই, যন্ত্ৰণাত ছটফটাইছে প্ৰসূতিয়ে

Home অন্যান্য খবৰচিকিৎসক নাই, যন্ত্ৰণাত ছটফটাইছে প্ৰসূতিয়ে

চিকিৎসক নাই, যন্ত্ৰণাত ছটফটাইছে প্ৰসূতিয়ে

by News Desk
51 views
A+A-
Reset

অভয়াপুৰীঃ ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ প্ৰকৃত স্বৰূপ উদঙালে কেইগৰাকীমান চিকিৎসক-নাৰ্ছে৷ বঙাইগাঁৱৰ অভয়াপুৰীৰ ডুমেৰগুৰী প্ৰাথমিক চিকিৎসালয়ত নাই ডাক্তৰ-নাৰ্ছৰ উপস্থিতি। 

অভয়াপুৰীৰ ডুমেৰগুৰী প্ৰাথমিক চিকিৎসালয় খনত বৃহস্পতিবাৰে দিনৰ প্ৰায় ৪ বজাৰ পৰা চিকিৎসক-নাৰ্ছ উপস্থিত নাই। ফলত বৃহস্পতিবাৰে ৫ বজাৰ পৰা এগৰাকী প্ৰসূতিয়ে প্ৰসৱ যন্ত্ৰণাত ছটফটাই চিঞৰি-বাখৰ কৰি চিকিৎসক-নাৰ্ছ অবিহনে প্ৰায় ৫ ঘন্টাৰ মুৰকত এটি পুত্ৰ সন্তান প্ৰসৱ কৰিছে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0