Home ৰাজ্যৰঙিয়াৰ ৰাজপথত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰিলে ABMSU-এ

ৰঙিয়াৰ ৰাজপথত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰিলে ABMSU-এ

by webmaster
A+A-
Reset
642862f9-36cb-481f-a38d-a0ba4a6bc312

newsnextone.com | ৰঙিয়াঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ অব্যাহত আছে ৰাজ্যত৷ তাৰ মাজতে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বুধবাৰে কামৰূপৰ ৰঙিয়াত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি উত্তাল কৰি প্ৰতিবাদ সাব্যস্ত কৰে এবিএমছুৱে৷

ৰঙিয়াৰ দ্বাৰকুছিত ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় পথত বুধবাৰে দিনৰ ১১ বজাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তামুলপুৰ জিলা এবিএমছুৱে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ ছাত্ৰ সংগঠনটোৰ তামুলপুৰ জিলা সমিতিৰ প্ৰায় অৰ্ধ শতাধিক কৰ্মকৰ্তাই বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি নাগৰিক সংশোধনী বিধেয়ক বাতিলৰ দাবী জনায়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

Latest Articles

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0