Home অন্যান্য খবৰএবছুৰ উদ্যোগত থুলুংগাপুৰীত বডোফাৰ জন্মদিৱস কেন্দ্ৰীয়ভাৱে পালন

এবছুৰ উদ্যোগত থুলুংগাপুৰীত বডোফাৰ জন্মদিৱস কেন্দ্ৰীয়ভাৱে পালন

by News Desk
75 views
A+A-
Reset

কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ দোতমাৰ থুলুংগাপুৰীত থকা বডোফা উপেন্দ্ৰনাথ বড়োৰ সমাধিস্থলীত আজি এবছুয়ে বডোফাৰ ৬১ তম জন্মজয়ন্তী পালন দিনজোৰা কাৰ্যসূচীৰে পালন কৰে। ৰাতিপুৱা এবছুৰ সভাপতি প্ৰমোদ বড়োই কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন কৰাৰ পিছতেই বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জেষ্ঠ্য ভাতৃ সমেশ্বৰ ব্ৰহ্মই বডোফাৰ অাৱক্ষ মূৰ্তিত পুষ্পাঞ্জলী অৰ্পন কৰে।

বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৬১ তম জন্মজয়ন্তী উপলক্ষে থুলুংগাপুৰীত অায়োজিত হোৱা শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত এবছুৰ সভাপতি প্ৰমোদ বড়োই নিজ ভাষণত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম অকল বড়োৰ নেতা নাছিল বৰং সমাজৰ বঞ্চিত, অৱহেলিত সৰ্বসাধাৰণ ছাত্ৰ-ছাত্ৰীৰ হকে নিজৰ জীৱন উচৰ্গা কৰা বুলি মন্তব্যৰে প্ৰমোদ বড়োই বড়োলেণ্ড অান্দোলনৰ জনক বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই জীয়াই থকা জীয়াই থাকিবলৈ দিয়া (live and let live) বাণীৰে এখন হিংসামুক্ত আৰু শিক্ষিত সমাজ গঠনৰ সপোন দেখিছিল বুলি মন্তব্য কৰিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0