Home অন্যান্য খবৰচিচিবৰগাঁও কণিষ্ঠ মহাবিদ্যালয়ত মুখ থেকেচা খালে ABVPয়ে

চিচিবৰগাঁও কণিষ্ঠ মহাবিদ্যালয়ত মুখ থেকেচা খালে ABVPয়ে

by News Desk
66 views
A+A-
Reset

চিচিবৰগাঁওঃ চিচিবৰগাওঁ কণিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত আজি ABVPৰ সমৰ্থীত সাধাৰণ সম্পাদক পদৰ প্ৰাৰ্থী বিশ্বজিৎ কলিতাক হৰুৱাই যুৱ ছাত্ৰ আৰু ছাত্ৰ মুক্তিৰ সমৰ্থীত প্ৰাৰ্থী নিত্য ভূঞাঁই বিপুল সংখ্যক ভোটৰ ব্যৱধানত জয় লাভ কৰিবলৈ সক্ষম হয়।

ইফালে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সমৰ্থীত সভানেত্ৰী পদৰ প্ৰাৰ্থী দিপাক্ষী ভূঞা, যুৱ ছাত্ৰ পৰিষদৰ সমৰ্থীত সহকাৰী সাধাৰণ সম্পাদক পদৰ প্ৰাৰ্থী জিতু কলিতা, ছাত্ৰ মুক্তিৰ ক্ৰীড়া সম্পাদিকা প্ৰভাৱিকা জিয়ামৰীয়া, সাংস্কৃতিক আৰু আলোচনী সম্পাদিকা নুৰিফাজ্যোতি গগৈয়ে জয় লাভ কৰিবলৈ সক্ষম হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0