তেজপুৰৰ ভোজখোৱাত ভয়ংকৰ পথ দুৰ্ঘটনা,ঘটনাস্থলীতে ২জনৰ মৃত্যু

Home ৰাজ্যতেজপুৰৰ ভোজখোৱাত ভয়ংকৰ পথ দুৰ্ঘটনা,ঘটনাস্থলীতে ২জনৰ মৃত্যু

তেজপুৰৰ ভোজখোৱাত ভয়ংকৰ পথ দুৰ্ঘটনা,ঘটনাস্থলীতে ২জনৰ মৃত্যু

by News Desk
113 views
A+A-
Reset

তেজপুৰঃ তেজপুৰৰ ভোজখোৱাত ভয়ংকৰ পথ দুৰ্ঘটনা৷ মালবাহী চলন্ত ট্ৰাকে মহতিয়াই নিলে বাইক আৰোহীক৷ দুজনৰ ঘটনাস্থলীতে মৃত্যু৷ আন এজনক সংকটজনক অৱস্হাত প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ৷ তিনিওজন লোক এখন বাইকত আহিছিল৷

বিপৰীত দিশৰ পৰা যোৱা ট্ৰাকৰ তলত সোমাই পৰাত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো৷ ৰাজপথত ছিন্ন-ভিন্ন হৈ পৰে বাইক আৰোহী দুই যুৱকৰ শৰীৰ৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে দুৰ্ঘটনা৷ অন্ধ্ৰৰ পৰা মাছ কঢ়িয়াই আনিছিল ট্ৰাকখনে৷ দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ হৈছে AP 05TD 6339 আৰু বাইকখনৰ নম্বৰ হৈছে AS 12L 8489 মৃত লোক দুজন হৈছে সুকদেৱ চীল আৰু ধনৰাজ ৰাই বুলি চিনাক্ত কৰিছে  আৰু আহতজনৰ নাম ৰচিম উদ্দিন৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0