60
নগাঁওঃ নগাঁৱৰ ডিমৌ চাৰিআলিত এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয়৷ এখন তীব্ৰ বেগী বাইকে পথচাৰী এজনক খুন্দা মৰাত পথচাৰীজন থিতাতে নিহত হয়৷
নিহত পথচাৰীজন পানীগাঁৱৰ শৰৎ বৰা বুলি জানিব পৰা গৈছে৷ আনফালে দুৰ্ঘটনাটোত বাইক আৰোহী জনো গুৰুতৰ ভাৱে আহত হৈছে৷