Home ৰাজ্যঅসমীয়া বোলছবি জগতক উকা কৰি চিৰবিদায় অভিনেতা গুণ মহন্তৰঃ ৰাজ্যজুৰি শোকৰ ছাঁ

অসমীয়া বোলছবি জগতক উকা কৰি চিৰবিদায় অভিনেতা গুণ মহন্তৰঃ ৰাজ্যজুৰি শোকৰ ছাঁ

by News Desk
96 views
A+A-
Reset

newsnextone.com।নগাঁওঃ অসমীয়া বোলছবি জগতৰ বাবে এক দুখঃজনক সংবাদ। বিশিষ্ট অভিনেতা গুণ মহন্ত আৰু নাই৷ নগাঁৱৰ ফৌজদাৰীপট্টিৰ নিজা বাসভৱনত দেহাৱসান ৭০ বছৰীয়া চিৰসেউজ অভিনেতাগৰাকীৰ৷ হৃদৰোগত আক্ৰান্ত হৈ আছিল জ্যেষ্ঠ অভিনেতাজন৷

চিকিৎসালয়লৈ নিবলৈ যো-জা কৰাৰ সময়তে শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট অভিনেতা মহন্তই৷ অৰ্ধ শতাধিক চিনেমা,চিৰিয়েল,ভিচিডিত বলিষ্ঠ অভিনয়েৰে দৰ্শকৰ মাজত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল গুণ মহন্তই৷ তেওঁৰ মৃত্যুত অসমীয়া চলচিত্ৰ জগতৰ লগতে সমগ্ৰ ৰাজ্যতে গভীৰ শোকৰ ছাঁ পৰিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0