92
newsnextone.com। বিলাসীপাৰাঃ সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত দেওবাৰে পুৱা ১১বজাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে কালিপাৰা হালং বজাৰত সংবিধান বাচাও দিৱস পালন কৰা হয়।
